পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তপঞ্চাশৎ অধ্যায়

মাধৱদেৱৰ হাজো গমন—হয়গ্ৰীৱ সেৱা-বৰদলৈ কণ্ঠভূষণৰ আদৰ।

অষ্ট পঞ্চাশৎ অধ্যায়।

সুন্দৰীদিয়ালৈ প্ৰত্যাগমন—শূদ্ৰৰ সিদ্ধান-ভক্ত- গুৰুৰ প্ৰভেদ

উনষষ্টি অধ্যায়

ধৰ্ম প্ৰচাৰ-ক্ষেত্ৰি বিলাইত—জাবো কুঁচিত-অশুদ্ধ পুথিভনীপুৰ কালজাৰত সুন্দৰা দিয়ালৈ সোণৰ কড়িয়া-মোণ হেৰোৱাৰ প্ৰায়শ্চিত্ত।

যষ্টি অধ্যায়

উদাসীন আৰু গৃহী ভকত-ভাত ৰন্ধাত কষ্ট উদাসীন হোৱাত ৰামচৰণৰ আপত্তি-গৃহী ৰান্ধনিত আপত্তি—মত পৰিবৰ্তন—উদাসীন আৰু গৃহীৰ প্ৰভোব—অবিৰক্ত উদাসীন শূকৰ প্ৰায়—ভূলিঙ্গ পক্ষীৰ দৃষ্টান্ত-গৃহাশ্ৰম এৰিবলৈ বাধা-গড়ৰ যুঁজাৰু

একষষ্টি অধ্যায়

শিষ্য পৰীক্ষা-শিষ্য এজন মাথোন—অন্যায়কাৰী শিষ্য -শিষ্যৰ পাপে গুৰুক ছেৱে।

বিষষ্ঠি অধ্যায়

অসুৰাৰি ভট্টাচাৰ্যৰ বৃত্তান্ত-মাধৱদেৱৰ লগত পালাপ-ব্ৰহ্ম-পৰমব্ৰহ্ম ভোদ-মুগ্ধ ভট্টাচাৰ্য

ত্ৰিষ্টি অধ্যায়।

কামাখ্যা আ হাজোত-নীলাচল যাত্ৰা-তুলসী- মালাৰ মহাত্ম-দেবী দৰ্শনত আপত্তি-বৰদেউৰ