পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চাশৎ অধ্যায়

মাধৱৰ ধৰ্ম প্ৰচাৰৰামানন্দৰ মৃত্যুৰামচৰণ ঠাকুৰৰ বিদ্যাভ্যাস-স্থানত্যাগ—হৰিচৰণ ঠাকুৰৰ বায়ুৰোগ- ৰামদাসৰ জোৱাই হৰিচৰণ-গৃহস্থ বামচৰণ—সুন্দৰী দিয়াত ৰামচৰণ-আলীয়া যদুমণি দেৱ-পাঠক ৰাম- ৰণ-বলিছলন পুথিমথুৰাদাসৰ শবণ।

একপঞ্চাশৎ অধ্যায়

শ্ৰীৰাম তৈৰ বৃত্তান্ত-লেটা বিঘিনি

দ্বিপঞ্চাশৎ অধ্যায়।

ভোৱৰা দামোদৰ আদিৰ বৃত্তান্ত—একান্ত বিশ্বাস

বৃদ্ধব্ৰাহ্মণৰ মিথ্যাচৰণ-কমল লোচনৰ মিথ্যাচৰণ

ত্ৰিপঞ্চাশৎ অধ্যায়।

দৈৱ আবিৰ্ভাৱ-যক্ষৰ সভা—যক্ষৰ কীৰ্ত্তন-ভীতি- বিষ্ণুৰ আবিৰ্ভাৱ

চতুঃপঞ্চাশৎ অধ্যায়

কলিৰ বুঢ়া আদিৰ বৃত্তান্ত—যমদূতৰ ভয়—গয়া ঠাকুৰৰ শৰণ-টকৰাৰ সজ আচৰণ

পঞ্চ-পঞ্চাশৎ অধ্যায়

ভত ৰাম আলধাৰা-মানস মূৰ্তি পূজা—মূৰ্ত্তিৰ অভিমান-দেৱতাতকৈ ভক্তশ্ৰেষ্ঠ-পূজাত বিঘিনি মূৰ্ত্তিক খৰম দান

ষটপঞ্চাশৎ অধ্যায়

গোবন যাত্ৰাবিপ্ৰৰ বিলাই-হৰিণাৰ মঙহ-কাতল। মাছ-মাছভাগ