পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

—বিফল-মনোৰথ নৰনাৰায়ণ—নৰনাৰায়ণৰ শঙ্কৰ প্ৰীতি

চতুশ্চত্বাবিংশ অধ্যায়

বাজানুগ্ৰহ-ৰাজভটিমা-ৰাজসভাত সমাদৰ -ব্ৰাহ্মণৰ পৰাজয়-ব্ৰাহ্মণৰ ক্ষন ভিক্ষা- পণ্ডিতৰ লগত তৰ্ক পণ্ডিতৰ পলায়ন

পঞ্চচত্বাৰিংশ অধ্যায়

বৰপেটা গমন—ভৱানী পুৰীয় গোপাল আতা- পুত্ৰকমল লোচনৰ দেহকান্তি—ৰাম নাম মাহাত্ম। ৰামনাম বিমুখ বনুৱ।

যটু চত্বাৰিংশ অধ্যায়

চিলাৰায়ৰ শাস্ত্ৰপ্ৰীতি-কমল লোচনৰ চেহাৰজন্ম- ৰহস্য ৰচনা

সপ্ত চত্বাবিংশ অধ্যায়

দেৱ-দামোদৰৰ বৃত্তান্তৰামদাসৰ লগত—শঙ্কৰদেৱৰ আগত শৰণ-কৃষিকৰ্ম্ম-কৃষিকৰ্ম্ম ত্যাগ

অষ্টচত্বাৰিংশ অধ্যায়

শঙ্কৰদেৱৰ বেহাৰ গমন-মাধৱে বন্ধ। অন্নভোজন- শঙ্কৰ-মাধৱ একাত্ম।

উনপঞ্চাশৎ অধ্যায়

শঙ্কৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ-ফোহাৰ অৰ-ৰামানন্দৰ প্ৰাৰ্থনা-পুত্ৰক উপদেশ দান—মাধৱ ভক্তিপন্থৰ অধিকাৰী—প্ৰয়াণ—অন্ত্যেষ্টি ক্ৰিয়া-দকাৰ্য শ্ৰাদ্ধ