পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তত্ৰিংশ অধ্যায়

তীৰ্থৰ পৰা প্ৰত্যাগমন-খোৱা বস্তু সংগ্ৰহত চতুলি -বৰপেটালৈ পুৰাগমন

অষ্টৱিংশ অধ্যায়।

ব্যাস কলাই বিপ্ৰৰ দুৰৱস্থা—পুত্ৰশোক-শিৱপূজা- —ব্যাসকলাইক ত্যাগ-ৰাময়ৰ প্ৰতি ক্ৰোধ- ৰামৰায়ক ক্ষমা-ব্যাস-কলাৰ জগন্নাথ যাত্ৰা- জগন্নাথ-ব্যাসকলাইৰ মৃত্যু—পৰিণতি।

উনচত্বাৰিংশ অধ্যায়

ৰত্নাৱলী গ্ৰন্থপ্ৰাপ্তি

চত্বাৰিংশ অধ্যায়

ব্ৰাহ্মণৰ বিদ্বে-ব্ৰাহ্মণৰ নিন্দাসূচক কবিতা- শঙ্কৰদেৱব প্ৰত্যুত্তৰ-মাধৱদেৱৰ স্থিৰ বৃদ্ধি—পাষণ্ড। মৰ্দন দোষা—গ্ৰন্থকাৰৰ-নিবেদন

একচত্বাবিংশ অধ্যায়।

ৰাজৰোষ—শঙ্কৰদেৱক বন্দী কৰাৰ আদেশ—গোকুলচান্দ নাৰায়ণ ঠাকুৰ বন্দী-নিৰ্যাতন-কৃত আত্মসমৰ্পণ -তোটলৈ বিক্ৰী মুক্তি।

দ্বি-চত্বাৰিংশ অধ্যায়।

ৰাজ অনুগ্ৰহ-তাত্তি ঔচিৰ গোমস্তা-চৈতন্যপন্থী মথুদাস

ত্ৰিচত্বাবিংশ অধ্যায়।

নৰনাৰাণৰ নিগ্ৰহ-ব্ৰাহ্মণৰ গোচৰৰজাৰ আদেশ চিলাৰায়ৰ সতৰ্কতা-শঙ্কৰদেৱ বন্দী-চিলাৰায়ৰ ঘৰত