পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিংশ অধ্যায়

মাধৱদেৱক অপমান কৰাবৰ চেষ্টা

একত্ৰিংশ অধ্যায়

মাধৱদেৱৰ একান্ত বিশ্বাস—শঙ্কৰদেৰৰ যুক্তিবাণী – দীতাস্বয়ম্বৰ নাট—পচা মাছ ভক্ষণ-মিথ্যাবাদীক ভৎসনাশাস্ত্ৰৰবিকৃত ব্যাখ্যা

দ্বাত্ৰিংশ অধ্যায়।

দ্বিতীয় বাৰ তীৰ্থ যাত্ৰাৰ সঙ্কল্প-আই, গোসানীৰ আপত্তি -মাধৱদেৱৰ প্ৰতিশ্ৰুতি

জয়স্ত্ৰিংশ অধ্যায়।

তীৰ্থৰ বাটত-মিথ্যাবাদীৰ শাস্তিগুৰুশিষ্যে অভেদাত্মা।

চতুস্ত্ৰিংশ অধ্যায়

মাধৱদেৱৰ শুশ্ৰষা—চৈতন্যৰ ওচৰত ৰামকৃষ্ণঅভে- মেঘৰ উপদ্ৰৱ-ক্ষত্ৰিয় পত্নীৰ ভক্তি

পঞ্চত্ৰিংশ অধ্যায়

তীৰ্থ দৰ্শন—কবীৰৰ ঠাইত-কবীৰৰ নাতিনীয়েকক অনুগ্ৰহ-গয়াতীৰ্থত-বৃন্দাবন যাত্ৰাত মাধৱৰ আপত্তি বৃন্দাবন গমন স্থগিত- ৰূপসনাতনৰ ভাগিন পোহাৰী বুটীৰ আটআনা-দানত প্ৰতিযোগিতা শ্ৰেষ্ঠদীন অধ্যায়। পুত্ৰ শোকাতুৰাৰ সন্তাপ নিবাৰণ