পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তদশ অধ্যায়

পাঠাবলিত আপত্তি-গয়পাণিৰামদাসপুনৰ বাও- কাত মাধৱ—পিতৃ সম্পত্তি ত্যাগ-টেসুৱনিৰ বাটত ৰক্তামাশয়ত মৃত প্ৰায় মাধৱ-ভ্ৰাতৃগৃহত শুশ্ৰুষা— দেশলৈ—পাঠা কিনাত আপত্তি

অষ্টাদশ অধ্যায়

শঙ্কৰ-মাধৰ সন্মিলন-শাস্ত্ৰ বিষয়ক একভাগৱতৰ শ্লোক-শিষ্যত্ব স্বীকাৰ-পূজাত নৈৱেদ্য-শঙ্কৱ দেৱৰ পাৰিবাৰিক অশান্তি।

উনবিংশ অধ্যায়

কীৰ্ত্তনলীলা-কংস বধ-প্ৰদ চৰিত্ৰ—প্ৰেমোন্মাদ- ব্যাস কলাইৰ গীতা ব্যাখ্যা

বিংশ অধ্যায়

ব্ৰাহ্মণৰ বিবাদ মীমাংসা-ভকতক অত্যাচাৰ-শ্ৰাদ্ধত কীৰ্ত্তন-ব্ৰহ্মানন্দ আচাৰ্যৰ সমিধান পাতকীতৰক হৰিনাম—নাম-নিক চণ্ডাল-পাতকীৰ দান-অগ্ৰাহ্য ব্ৰাহ্মণৰ পৰাভৱ-দৈৱশক্তিৰ পৰিচয়

একবিংশ অধ্যায়।

জগন্নাথ মূৰ্তি নিৰ্মাণ-খনিকৰ কোৰল। বাঢ়ৈ- ব্ৰাহ্মণৰ নিন্দা-প্ৰতিষ্ঠা কাৰ্যত ব্ৰাহ্মণৰ দান-মূৰ্তিত। প্ৰাণ প্ৰতিষ্ঠা—মূৰ্তিত নেতা বিশ্বাস

দ্বাবিংশ অধ্যায়।

কীৰ্ত্তনৰ প্ৰসাদ-গুপুত মিঠাই—জগন্নাথৰ কৃপা প্ৰসাদ বিলোবাত-জগৰ