পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদসংখ্যা পিঠি

নৱম অধ্যায়

শ্ৰীশ্ৰীমাধৱদেৱৰ পূৰ্বপুৰুষ—গগাবিন্দগিৰিৰ অসমলৈ আগমন—টেম্বুৱনিত বিবাহ-আসামৰ আক্ৰমণ

দশম অধ্যায়

হৰসিং বৰাৰ সদলাভ

একাদশ অধ্যায়

শ্রীশ্রীমাধৱদেৱৰ জন্ম—নামকৰণ—হৰসিং বৰাৰ জগৰ

দ্বাদশ অধ্যায়

পুখুৰীপাৰত বাস-কগপিতা। ত্রয়ােদশ অধ্যায় লেটেকুপুখুৰী ত্যাগ-বন্ধুৰ ঘৰত অনাদৰ-কেঁচা লাও ভক্ষণ—ধান দোৱাত মাধৱ-বন্ধুৰ ঘৰত অপমান

চতুর্দশ অধ্যায়।

বাঘৰি মজিৰ ঘৰত-পৰম আদৰ-কন্যজন্ম—কৃষিত মাধৱ-ঘাঘৰি মাজিৰ গৃহত্যাগ-টেম্বুরানিলৈ পুনৰাগমন-কন্যাৰ বিবাহ-বাণ্ডকালৈ গমন

পঞ্চদশ অধ্যায়

পিতৃসহ বাকা যাত্রাবাকাত পিতাপুত্র মিগন- মাধৱদেৱৰ শিক্ষা-পিতৃৰ মৃত্যু—অন্ত্যেষ্টিক্রিয়া

বােড়শ অধ্যায়

পুনৰ কামৰূপলৈ আগমন-মাতৃমিলন-মাধৱদেৱৰ বিবাহৰ আয়ােজন-গয় পানিৰ তীর্থভ্রমণ-টেঘুৱানি ত্যাগ-গয়পাণি-শঙ্কৰ মিলন—শাস্ত্রালােচনা