এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চিন্তা তৰঙ্গিণী । অকাৰণ কুযশ ৰটনা ৷ G দুষ্টগণে নানা কথা কহয় শপথ কৰি, ধৰ্ম্মসাক্ষী কৰি কয় কৰাবে প্রত্যয় । মিছা কথা হেতু তাৰ নকঁপে হৃদয় ৷ কৰিয়া প্রশাখা শাখা, কেহো পুত্ৰ শিৰে ধৰি, নানাবিধ অনুযোগ, কিন্তু ইসবাৰ মন, দিয়ে যত দুষ্টলোক, অর্থ হানি মান হানি কয় সন্তৰ ৷ নাভাবে কি কদাচন, কি হইবে গতি যৱে যাবে লোকান্তৰ ? শত্রুগণে নানামতে, কেছে৷ ৰটে স্বাৰ্থ ৰাখি কেহোঁ অকাৰণ ৷ লোকৰ কষশ ৰটে, . সি সবৰ বাক্যে মন, যদি কোনো জনে কয়, কিয় দিয়ে আন জন, বিচাৰ নকৰি তাৰ হেতু কদাচন ? পশ্চিমে ৰবিৰোদয়, হেনও আছয় মূর্খ সিকথা বিশ্বাসে । সংসাৰে হায়, আছে আৰু কিনোপায়, নির্দোষী জনাও দোষী, কুযশত ভাসে ॥ ৰটোক কুযশ সবে, হৰ্ষ চিত্তে উচ্চবে, ডাকোক কুকুৰ যেনে ভেউ ভেউ স্বৰে ।