সমললৈ যাওক

পৃষ্ঠা:চিন্তা-তৰঙ্গিণী (প্ৰথম ভাগ).pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিজ্ঞাপন। এই “চিন্তা-তৰঙ্গিণী” পুথিখানি আজি পাঠক সকলৰ হাতত অৰ্পণ কৰিলোঁ৷ ইয়াৰ এনে কোনো গুণ নাই যে ই সিবিলাকৰ মনোৰঞ্জন কৰিব পাৰে ; → যদি তথাপি সিবিলাকে ইয়াক আদৰ কৰি হাতত তুলি লয়, সেইটী কেৱল সিবিলাকৰ উদাৰতা গুণ মাথোন । এই পুথিখানি লেখা বাবে নগাঁওৰ টেক্সট্-বুক মিটিয়ে আমাক ১০০ টকা পুৰস্কাৰ দিছে । শ্রীভোলানাথ দাস । আভা সভা। 'তাৰিখ... নং