পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭২ )
কালীয়ে পুত্ৰ পত্নীসমে ৰমণক যান্ত।  

কালীয়ৰ পিছে পিছে যাবলৈ ধৰিলে। শুকদেৱ গোস্বামীয়ে এই কথাবোৰ ৰজা পৰীক্ষিতৰ আগত কব ধৰিছে; আাৰু পৰীক্ষিতে হাতযোৰ কৰি শুনি আছে।

शिशुगणभी कालीयके पीछे पीछे जाने लगे। महर्षि शुकदेव इन बातोंको राजा परीक्षितके सामने कह रहे हैं; और परीक्षित हात जोड़कर सुन रहे हैं।