পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭০ )

 নাগপত্নীসকলৰ স্তুতি :– নাগপত্নীসকলে শিশু-সন্তানবোৰৰ সৈতে কৃষ্ণৰ ওচৰলৈ গৈ আঠুকাঢ়ি হাতযোৰ কৰি স্তুতি আৰম্ভ কৰিছে। কৃষ্ণই হাত তুলি কালীয়ৰ মূৰত উঠি নানা ভঙ্গিৰে অবিৰাম নৃত্য কৰি আছে।

 नागपत्नियों की स्तुति : नागपत्नियाँ शिशु-सन्तानोंके साथ कृष्ण के सामने स्तुति कर रही हैं। कृष्ण हाथ उठाकर कालोयके सिरपर अनेक भंगियोंसे निरंतर नृत्य कर रहा है।

নাগপত্নীৰ তুতিত কৃষ্ণ তুষ্ট হৈয়া, কালিৰ শিৰ নামি, নিৰ্ভয় দিছা৷

 নাগপত্নী আৰু নাগ-শিশুবিলাকৰ প্ৰাৰ্থনাত কৃষ্ণ তুষ্ট হৈ কালীয়ৰ মূৰৰ পৰা নামিল; আৰু আগহাত দাঙি কালীয়ক নিৰ্ভয় দিলে। কালীয়য়ে কৃষ্ণক পাৱত সহস্ৰ ফণা নমাই হাতযোৰ কৰি স্তুতি কৰিলে।

 

 কালীয়ৰ স্তুতিঃ–কালীয়ই কৰপুটে মূৰ দোঁৱাই কৃষ্ণক স্তুতি কৰি থাকোঁতে নাগপত্নী আৰু নাগশিশুবিলাকে কালীয়ৰ পিছফালে

 नागपत्नी ओर नागशिशुओं की प्रार्थनासे सन्तुष्ट होकर कृष्ण कालीय के सिरसे उतर गया; और दाहिना हाथ उठाकर, कालीयको निर्भय किया। कालीय भी कृष्ण के चरणोंमें सहस्र फणों को झुकाकर हाथ जोड़कर स्तुति कर रहा है।

 
 कालीय नागकी स्तुति: कालीय नाग परिवार सहित धूप, नैवेद्य आदिसे कृष्णको पूजा और विनीत स्वर में