পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৯ )
শিশুক আগকৰি নাগপত্নীসবে কৃষ্ণক তুতি কৰিছা।  কৃষ্ণে কালিৰ শিৰত নৃত্য কৰিছা।  

দেখি পত্নীসকলে শিশু-সন্তানবিলাকক লগত লৈ হাতযোৰ কৰি কৃষ্ণৰ ওচৰত উপস্থিত হ’লগৈ।

शिशु-सन्तानोंको साथ लेकर हाथ जोड़कर कृष्णके सामने आईं।

নাগপত্নীসবে তুতি কৰিছা।