পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৮ )
 গন্ধৰ্ব্ব।  বিদ্যাধৰ।  দেৱমুনি। অপেস্বৰী নাচিছা।  

নাচিবলৈ আৰম্ভ কৰিলে। তাকে দেখি আকাশত গন্ধৰ্ব্বই তাল, বিদ্যাধৰ খোল, দেৱমুনিয়ে স্তুতি আৰু অপেস্বৰাই নৃত্য কৰিবলৈ ধৰিলে।

 

 কৃষ্ণই কালীৰ মূৰত উঠি এনেদৰে নৃত্য আৰম্ভ কৰিলে যে, কালী অতিষ্ঠ হৈ পৰিল। কালীয়ে যেতিয়াই যিটো মূৰ দাঙে কৃষ্ণই সেইটোতে উঠি নাচিবলৈ ধৰে। কালীৰ সেই আতুৰ অৱস্থা

पैरोंसे दबाकर अनेक मुद्राओंसे नाचना शुरू कर दिया। इसे देखकर आसमानमें गंधर्व ताल बजाने, विद्याधर खोल बजाने, देवर्षिगण स्तुति करने और अप्सरागण नाचने लगीं।

 
 कृष्णके तांडव नृत्यसे मर्माहत कालीय जिस सिरको उठाता है कृष्ण उसी सिरपर चढ़कर नाचने लगता है। कालीय की ऐसी नाजुक हालत देखकर उसकी पत्नियाँ