পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৬ )

 কৃষ্ণ কালীয় হ্ৰদত কালী নাগৰ মেৰত মেৰ খাই ভৰি দুখন দুই ফালে মেলি দি ঘোৰাত উঠি থকাব দৰে আছে। নাগে আকৌ কুষ্ণৰ মূৰটো গিলিবলৈ খুজি যেন ফণা মেলি আছে। তাকে দেখি যশোদাই আতুৰ হৈ কৃষ্ণৰ গুণ বৰ্ণাই কপাল ভুকুৱাই মাটিত আঠুকাঢ়ি কান্দিব ধৰিছে। নন্দয়ে৷ হাত ওপৰলৈ তুলি অদৃষ্টক ধিয়াই কান্দি আছে। তাৰ পিছত বলদেৱ, ৰোহিণী আৰু অন্যান্য গোপ-গোপীবিলাকেও কৃষ্ণৰ অৱস্থা দেখি শোকাতুৰ হৈ বিলাপ কৰিব ধৰিছে।

 कृष्ण कालीय ह्रदमें कालीय नागसे लिपटे हुये दोनों फपों पर पैर राखे शोभायमान हैं मानो घोडेपर चढ़े है। भाग फिर कृष्णको निगलनेगी इच्छासे फणा फैला रहा है। इसे देखकर यशोदा अस्थिर होकर कृष्णके गुणोंका वर्णन करती हुई सिर पीटकर अमोलपर घुटने टेककर रो रही हैं। नन्दभी सिर पीट रहे हैं। बलदेव, रोहिणी और दुसरे ग्वाल-ग्वालिन भी कृष्णकी अवस्था देखकर शोकसे विह्वल होकर रो रहे हैं।

 বলভদ্ৰে নিষেধ কৰিছা।  

 কৃষ্ণৰ শোকত আতুৰ হৈ যশোদা আৰু নন্দই কালীয় হ্ৰদত জাপ দি আত্মহত্যা কৰিবলৈ ওলোৱা দেখি বলদেৱে যশোদাৰ হাত দুখন সাৱট মাৰি ধৰি “কৃষ্ণৰ বিনাশ নাই, তুমি ভয়

 कृष्णके शोकसे विह्वल होकर यशोदा और नन्द कालीय ह्रदमें कूदकर प्राण गँवाना चाहते हैं। बलदेव यशोदाके दोनों हाथ थामते हुये "कृष्णका विनाश नहीं है, तुम डरो मत। वह अभी