পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৫ )
নন্দ আদি গোপ-গোপীগণে
কৃষ্ণক দেখিতে বৃন্দাবন
প্ৰবেশিছা।
যশোদা-ৰোহিণী কৃষ্ণৰ খোজত
পৰন্তে যান্ত।
বলভদ্ৰ। গোপী। গোপ-গোপী বিমঙ্গল দেখি নন্দৰ মন্দিৰে একঠাই হুইছা।  

গৈছে; কেইজনীমান গোপীয়ে সেই পদচিহ্ন হালি হালি দেখাই তাৰ অনুসৰণ কৰিছে। তাৰ পাছত বলভদ্ৰ আৰু সমশেষত এজনী গোপী কৃষ্ণৰ অনুসন্ধান কৰিব ধৰিছে।

ग्वालिनें उन पद-चिह्नोंको देखकर उसका अनुसरण कर रही हैं। उनके पीछे बलभद्र और एक गोपी कृष्णको खोजमें आरहे हैं।

কৃষ্ণক কালিয়ে ডকিছা।
যশোদা হিয়া-মুণ্ড ভকুৱাই
কান্দিছা।
নন্দ। বলভদ্ৰ। ৰোহিণী। গোপী। গোৱাল।