পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৬ )

হল। কৃষ্ণ প্ৰধান গুৱাল হৈ বলৰাম আৰু সুদাম আদিৰ সৈতে বৃন্দাবনত গ৷ই চাৰি ফুৰিবলৈ ধৰিলে। গাইবিলাকে পহুবোৰৰ সৈতে একলগে ঘাঁহ খাই ফুৰে। কৃষ্ণই বলৰামক হাত পাতি কিবা খুজিছে; বলৰাম আৰু সুদামে হাতত বাঁহী আৰু কাষত শিঙা লৈ কৃষ্ণৰ পাছে পাছে গৈছে।

चराने लायक हुए। कृष्ण मुख्य ग्वाल होकर बलराम और सुदाम आदिके साथ बृन्दावनमें गायें चराकर घूमने लगे। गायें हिरनों के साथ मिलकर एकसाथ चरती हैं। कृष्ण बलरामसे हाथ पसारकर कुछ मांग रहा है; बलराम और सुदास हाथमें बाँसुरी और पासमें सींगा लेकर कृष्णके पीछे पीछे जा रहे हैं।

 বাঘ। সিংহ।
সিংহ-বাঘ দেখি ভয়ে গোপগণে
লৰ দিছা।
গোপগণে
নৃত্য কৰিছা।
গোপৰ কোলাত সিথান দি
শুইছা; গোপগণে
হাত পাৱ জাণ্টিছা।
বলভদ্ৰ শুইছা;
কৃষ্ণে পাৱ জাণ্টিছা।
 

 বৃন্দাবনত গোপশিশু-সবৰ সম্প্ৰীতিঃ এদিন সকলো গোপবালক বৃন্দাবনত গৰু চৰাবলৈ গৈছে। বৃন্দাবন নানাবিধ গছ-লতাৰে ভৰপূৰ; ময়ূৰ আদি পাখীবোৰে গছৰ ডালত পৰি ৰং মনে বিহাৰ কৰিছে। সিংহ, বাঘ, গৰু আদি জন্তুবোৰে হিংসা দ্বেষ এৰি একেলগে চৰি ফুৰিছে। কোনো কোনো গোপশিশুৱে হিংস্ৰ জন্তু দেখি পলাব খুজিছে। কোনো ঠাইত কৃষ্ণ শুইছে।

 बृन्दावनमें गोपशिशुगणकी संप्रोति : एकदिन सभी गोपबालक गायें चरानेके लिए बृन्दावन गये। बृन्दावन तरह तरहके पेड़-पौधोंसे भरा है। मोर आदि पंक्षी पेड़की टहनियोंपर बैठकर आनन्दसे विहार कर रहे हैं। सिंह, बाघ, गाय-बैल आदि जानवर हिंसा, देष छोड़कर एक साथ चर रहें हैं। कोई कोई गोपशिशु हिंसुक जानवरको देखकर भागना चाहता है।