পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪৯ )

বিলাকক সাৱট মাৰি ধৰা দেখি অতি অদ্ভুত আৰু বিস্ময় মানিলে। বলৰামে এনে অদ্ভুত দেখি সম্মুখত থকা কৃষ্ণক আগহাত দাঙি সুধিছে। সেই সময়ত গাইবিলাকে বখনীয়া দামুৰি পিয়াইছে, সৰু দামুৰি কাষত থিয় হৈ আছে। গোৱালবিলাকেও নিজ নিজ সন্তানক আদৰ ক্ৰি সাৱটি ধৰি থিয় হৈ আছে।

देखकर बलरासको बड़ा अचरज मालुस हुआ। बलरामने सम्मुख खड़े कृष्णसे दाहिने हाथ उठाकर इसका कारण पुछा। उस समय गायें उम्रवाले बछड़ोंको पीला रही हैं; छोटे बछड़े पासमें खड़े हैं। ग्वालगण भी अपने अपने वेटोंको प्यारसे जकड़ते हुए खडे़ हैं।

ব্ৰহ্মা বিস্ময় দেখিছা। কৃষ্ণে ৰাম সমে ধেনু চাৰিছা। ব্ৰহ্মায়ে বৎস-শিশু গণিছা।  

 ব্ৰহ্মাৰ মোহ: বলৰামে সোধাত কৃষ্ণই কলে যে ব্ৰহ্মাই মোৰ মাহাত্ম্য পৰীক্ষা কৰিবলৈ গোবৎস চুৰি কৰি নিয়াত আকৌ তেনে দামুৰি আৰু শিশুৰূপ ধৰি আছোঁ। ইফালে বছৰ পাৰ হৈ যোৱাত ব্ৰহ্মাই আহি দেখে যে কৃষ্ণ আদি শিশুবিলাকে দামুৰিবোৰক আগৰদৰে চাৰি আছে। তাকে দেখি ব্ৰহ্মাই আগৰ লুকাই থোৱা থলত গৈ গণি দেখে, যে সকলোবোৰ দামুৰি আগৰ দৰে শুই আছে আৰু গোপশিশুবিলাক দামুৰিবোৰৰ কাষত বহি আছে। ব্ৰহ্মাই অতি বিস্ময় মানিলে।

 ब्रह्माका सोह: बलरामके पुछनेपर कृष्णने कहा कि ब्रह्मां मेरी परीक्षा लेनके लिए गो-वत्स चोरी कर ले गये थे; तबसे उनका रूप मैंने धारण कर रखवाई। इधर साल पूरा होनेके बाद ब्रद्माने आकर देखा कि कृष्ण आदि शि‌शुगण बछड़ोंकों पहलेही जैसे चरा रहे हैं। ऐसा देखकर ब्रह्माने पहले जहाँ छिपाया था उस जगहपर देखा कि सभी बछड़े पहले जैसे सो रहे हैं और गोपशिशुगण बछड़ोंके पासही बैठे हैं। ब्रह्माको बड़ा अचरज मालुम हुआ।