পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৪৪ )

নাছিছে। প্ৰজাপতি ব্ৰহ্মাই সংসযানত উঠি ভগৱানৰ মহিমা চাবলৈ বৃন্দাবনত উপস্থিত হৈছে।

विद्दाधरीगण नाच रही हैं। प्रजापति ब्रह्मा हंसकी सवारीपर चढ़कर भगवानकी महिमा देखनेके लिए बृन्दावनमें आये़

কৃষ্ণে গোপগণসমে দধিভাত ভুঞ্জিছা।  কৃষ্ণে বৃন্দাবনত দামুৰি বিচাৰিছা।  

 বনভোজনঃ অঘাসুৰ বধ আৰু সবৎস গোপশিশুৰ মুক্তিৰ পাছত কৃষ্ণই গোপবালকসকলৰ লগত বনভোজনৰ ব্যৱস্থা কৰিলে।

“থৈল দধিভাত শিকিয়াৰপৰা মেলি।
কৃষ্ণে সমে ভুঞ্জিবে লাগিলা কৰি কেলি॥
মাধৱক মধ্য কৰি কৰে সবে খেড়ি।
পদ্মৰ চকাক যেন পত্ৰে আছে বেঢ়ি॥
পদ্মৰ কণিকা ভৈলা নন্দেৰ তনয়।
গোপশিশুগণ পদ্ম পত্ৰৰ আনয়॥
কেহো পুষ্পপত্ৰত থৈলন্ত দধিভাত।
ফলপল্লৱৰত কতো থৈলা শিকিয়াত॥”

 গোপশিশুবিলাকে কাষলতিৰ তলত শিঙা চেপা মাৰি খাবলৈ আৰম্ভ কৰিছে।

“অন্যো অন্যে দেখাৱন্ত কতো হাত তুলি।
সবাতো অধিক মোৰ অন্নস্বাদ বুলি॥”

 
 वन-भोजन : अघासुरका वध और बछड़ोंके साथ गोप-शिशुओंके उदारके बाद कृष्णने गोपबालकोंके साथ वनभोजनकी व्यवस्था की। गोपशिशुगण भुजाओंसे सींगाओंको दबाकर खाना शुरू किया। कृष्शको बीचमें लेकर चारों ओर गोपशिशुगण बैठकर आनन्दके साथ भोजन कर रहे हैं।