পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৯ )

লগৰীয়া গোপশিশুসবে ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৰি বেজাৰ কৰিছে। দামুৰিবোৰেও বেজাৰ মনে কাষতে থিয় হৈ আছে।

गिला देखकर साथी गोपशिशुगण एक दूसरे का मुँह ताकते हुए रो रहे हैं। बछड़ेभी दुःखी मनसे पासही खड़े हैं।

 
 গোপশিশু বৎস আনিছা।  কৃষ্ণে বকাসুৰৰ ঠোট চিৰিছা। বলভদ্ৰ।  
 

 কৃষ্ণ বকাসুৰৰ পেটত জুইৰ দৰে লগাত বকাসুৰ বিমূৰ্চ্ছিত হৈ বতিয়াই দিলে। কিন্তু অলপ পাছতে সি পুনৰ ঠোঁটেৰে মাৰিবলৈ খেদি গল। কৃষ্ণই দুই হাতে দুয়ো

 कृष्ण वकासुरके पेटमें अग्नि जैसा लगनेसे बकासुर मूर्च्छित होकर के करदी। लेकिन थोड़ी देर बादही वह फिर चोंचसे कृष्णको मारने के लिए आगे बढ़ गया। कृष्णने दोनों हाथोंसे दोनों