পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৫ )
 
 উপনন্দ৷ নন্দে কৃষ্ণক কোলা লৈছ। গোপশিশু বাৰ্ত্তা
কহিছা।
গুৱাল। অৰ্জুন উভৰি পৰিছা।  
 

যে ঘটনাটো সঁচা; কৃষ্ণ তেতিয়াও উৰলত বান্ধ খাই গছ দুজোপাৰ মাজতে আছে। ৰজা নন্দই তৎক্ষণাৎ উৰলৰ পৰা কৃষ্ণক মোকলাই কোলাত ললে৷ কৃষ্ণই আগ হাতখন নন্দৰ মুখৰ ওচৰলৈ তুলি যেন স্নেহহে ঢালি দিছে। উপনন্দই পিছৰ ফালৰ পৰা বেগাই অহাৰ দৰে আহি হাতখন তুলি কোনো অনিষ্ট নোহোৱাৰ আশ্বাস দিছে। নন্দৰ আগৰ ফালে এটা গোপবালকে হাত দাঙি আছে; তেওঁৰ পিছৰ ফালে আন এজন গুৱাল থিয় দি হাত তুলি যেন সেই ঘটনাৰ কথাকে কৈছে।

आदि ग्वालोंने दौड़कर जाकर देखा कि घटना सच्ची है; कृष्णा तब भी उखलसे वंधा हुआ ही है। राजा नन्दने झट उखलसे कृष्णको मुक्त कर गोद में उठा लिया। कृष्ण दाहिने हाथको नन्दको मुँहके पामतक उठाकर मानो स्नेह ढाल रहा है। उपनन्द पौछेसे मानों तेजीमे आकर दाहिने हाथ उठाकर कुछ हानि नहीं होनेका आश्वासन दे रहे हैं।