পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৪ )
 
 গোপশিশু। কৃষ্ণ। যমলাৰ্জুনে তুতি কৰিছা  

গছ পৰা শব্দ শুনি কৃষ্ণই ঘূৰি চায় যে ওচৰতে দুটা দিব্য পুৰুষে গলবস্ত্ৰ হৈ আঠু কাঢ়ি হাতযোৰ কৰি স্তুতি কৰিব ধৰিছে। তাৰ পাছ ফালে গছ দুজোপা উঘলি পৰি আছে। কৃষ্ণৰ সমুখৰ ফালে সমবয়সীয়া গোপবালক দুটাই আগ হাত পাতি কৃষ্ণত যেন কিবা খুজি থিয় হৈ আছে।

दोनों पेड़ उखड़ गये। पेड़ों को गिरनेको आवाज सुनकर कृष्ण ने मुंह मोड़कर देखा कि पासही दो दिव्य पुरुष घुटने टेककर, हाय जोड़े स्तुति कर रहे हैं। उनके पोछ दोनों पेड़ उखड़े पड़े हैं। को सामने सम-वयस्क दो गोपबालक दाहिने हाथ फैलाकर कृष्ण मानों कुछ मांग रहे हैं।

 যমলাৰ্জুন উঘালি পৰা ঘটনাটো এজন গোপশিশুৱে নন্দ আদিৰ আগত কোৱাত নন্দ, উপনন্দ আদি গুৱাল বিলাক লৰি গৈ দেখে

 यमलार्जुन उखाड़ फेंकनेको घटनाको एक गोपबालक, नन्द, उपनन्द, आदिके सामने जब बताया तो नन्द, उपनन्द