এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩২ )
| কৃষ্ণে মথনিত ধৰিছ। | যশোদা দধি মথিছা। | যশোদা কৃষ্ণক কোলে লৈছা। | যশোদা কৃষ্ণক মাৰিব বাৰি লৈছা। | কৃষ্ণে বানৰক লৱনু দিছা। |
|
নমাবলৈ গল। মাকে তেনেকৈ নমাই থৈ যোৱাত কৃষ্ণৰ খং উঠিল আৰু তেওঁ পাটকু এটা দলিয়াই মথা দধিৰ হাঁড়ি ভাঙি পেলালে। তাৰ পাছত খোপৰাত সুমাই উৰলত বহি শঙ্কিত নয়নে লৱণু চুৰ কৰি নিজে খাবলৈ ধৰিছে আৰু পোহনীয়া বানৰক দিব ধৰিছে। “হেন দেখি যশোদা হাতত লৈয়া বাৰি।
|
कृष्णको आधा स्तन देकरही गोदसी उतार दूधको बरतनको हटाने गयो। माँ इस व्यवहारस कृष्ण को गुस्सा आया और एक पत्थरका पोसनेका टुकड़ा फेंककर दहीको मटकी फोड़ डालो। उसके बाद ओवरोमे घूसकर ओखलपर चढ़ डरती आखों मलाई चोरी करको खुदमी खा रहा है और पालतू बन्दरों को भी खिला रहा है। उसे देखकर यशोदा हाथ में डंडा लेकर छिपे छिपे आ रही है; मारनेको लिए माँको आते देख कृष्ण ओखलसी उतर कर भाग गया। |