পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩১ )
 
যশোদা কৃষ্ণৰ মুখ চাহিছা। বলভদ্ৰে কথা কহিছা
যশোদা কৃষ্ণক
কোলে লৈছা।
 পৰীক্ষিত। শুকদেৱ।  

দেখা পালে। ইয়াৰ পাছতেই কৃষ্ণই যশোদাক বৈষ্ণৱী মায়াৰে মোহিত কৰাত পুত্ৰ বুলি তেওঁক আথে-বেথে কোলাত ললে।

कृष्णाने वैष्णवी मायासे मुग्ध किया तब यशोदा पुत्र मानकर गोदमें उठा लिया।

 

 যশোদাৰ দ্বাৰা শ্ৰীকৃষ্ণ-বন্ধনঃ আন একদিন যশোদাই কৃষ্ণগুণ গাই এটা কলহত দধি মথি আছে। এনেতে কৃষ্ণই পিয়াহত আতুৰ হৈ লৰি আহি মথনি ডালত ধৰিলে। তেতিয়া যশোদাই দধি মথিবলৈ এৰি আথে-বেথে কুষ্ণক কোলাত ললে আৰু এখন পিৰাত বহি কৃষ্ণক পিয়াহ দিব ধৰিলে। যশোদাই ওচৰতে এটা চৰুত গাখীৰ তপত হবলৈ দিছিল; গাখীৰ উতলি পৰে দেখি যশোদাই কৃষ্ণক আধা পিয়াহ দিয়েই নমাই থৈ গাখীৰৰ চৰু

 यशोदा के द्वारा कृष्ण बंधन : यशोदा कृष्ण गुण गाती हुई दही बिलो रही है। इतने में प्याससे व्याकुल कृष्ण दौड़कर आया और मथनेका डंडा पकड़ लिया। तब यशोदा दही मथना छोड़कर लाड़से कृष्ण को गोद में ले चौकीपर बैठकर कृष्णको स्तनसे दूध पिलाती है। यशोदाने पासहो एक बरतन में दूध गर्म होनेकेलिए आगपर रखा था; दूध उभड़कर गिरते देखकर यशोदा