পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩০ )
 
বলভদ্ৰ-কৃষ্ণ দামুৰি মেলিছা। গোপী নিষেধিছা। গোপী-যশোদাত কৃষ্ণৰ গুণ কহিছা।  গোপীসব।  

বহি কৃষ্ণৰ গুণৰ কথা কব ধৰিছে। আন দুজনী গোপী যশোদাৰ পিছৰ ফালে বহি হাত তুলি সেই গোপীৰ কথাকেই যেন সমৰ্থন কৰিছে।

बखान रही है। दूसरी दो गोपियां यशोदाको पीछे बैठी उस गोपीको बातकाही मानों समर्थन कररही हैं।

 

 মাটি নাই খোৱা বুলি কৃষ্ণই মুখ মেলোঁতে যশোদাৰ জগত দৰ্শনঃ এদিন গোপশিশুসবে কৃষ্ণই মাটি খোৱা বুলি গেৰিয়াই কলত, যশোদাই কিয় মাটি খাইছা বুলি আগহাতেৰে কৃষ্ণৰ আগহাতত আৰু বাওঁহাতেৰে মূৰত ধৰি সোধে। কৃষ্ণই ভয়ত মাটি নাই খোৱা বুলি কৈ কলে–“ইহঁতে মিছা কৈছে। যদি নপতিওৱা চোৱাঁ”– এই বুলি মুখ মেলি দিয়ে। তেতিয়া যশোদাই কৃষ্ণৰ গৰ্ভত শশী, সূৰ্য্য, তৰা, আৰু সসাগৰ। মহীৰে সৈতে ব্ৰহ্মাণ্ডকেই

 विश्व दर्शन : एकदिन ग्वालबाल जब कहा कि कृष्णन मिट्टी खायी, तो यशोदा "क्यो मिट्टी खातेहो” कहकर दाहिने हाथमे कृष्णको दाहिने हाथको और बांयें हाथ से सिर पकड़कर पूछती है। कृष्णने डरकर कहा, “ये झूठ कहते हैं; अगर न मानती हो तो देखो" यह कह अपना मुँह खोल दिया। तब यशोदाने कृष्ण को गर्भमे शशि, सूर्य, तार और समागरा महोको साथ साथ सारा ब्रह्मांड देखा। इसके बाद जब