পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৯ )
 
 কৃষ্ণে-বলভদ্ৰে দামুৰিৰ
লাঞ্জত ধৰিছাঁ।
যশোদা ৰোহিণী
নিষেধিছা।
যশোদা-ৰোহিণী পুত্ৰক ধৰি
ইফাল সিফাল কৰিছা।
ৰোহিণী-যশোদা পুত্ৰক
কোলে লৈছা।
পৰীক্ষিত। শুক।   

 কৃষ্ণ-বলৰামৰ বাল্যলীলাঃ কৃষ্ণ বলৰাম ডাঙৰ হৈ দামুৰি চাৰিব পৰা হৈছে। এদিন কৃষ্ণ-বলৰাম দুয়ো দুটা দামুৰিৰ লেজত ধৰি খেদি নিব ধৰিছে। পিছৰ ফালে যশোদা আৰু ৰোহিণীয়ে দামুৰিৰ লেজত ধৰিবলৈ হাত দাঙি নিষেধ কৰিছে। যশোদা আৰু ৰোহিণীয়ে কৃষ্ণ-বলৰামৰ হাতত ধৰি তহলিব ধৰিছে। যশোদা-ৰোহিণীয়ে কৃষ্ণ-বলৰামক কোলাত লৈ আনন্দ কৰিব ধৰিছে।

 कृष्ण बलरामको बाल बौला : कृष्ण बलराम जब गाये चराने योग्य हुये तब एकदिन कृष्ण बलराम दोनों दो बछड़ोंकी पूँछ पकड़कर भगा रहे हैं। पीछे यशोदा और रोहिणी वछड़ोंकी पूँछ पकड़नेको हाथ उठाकर मना करती हैं। यशोदा और रोहिणी कृष्ण बलराम के हाथ पकड़कर टहल रही है। यशोदा रोहिणी कृष्ण बलरामको गोदियों में लेकर आनन्द रही हैं।

 

 কৃষ্ণে এদিন বলভদ্ৰক লগত লৈ এঘৰ গোৱালৰ ঘৰত সোমাই দামুৰি এটা এৰি দিব ধৰিছে। বলভদ্রে পিছ ফালে থিয় দি চাই আছে; ঘৰৰ গিৰিহঁতনী গোপীয়ে হাত তুলি দামুৰিটো এৰি দিবলৈ বাধা কৰিছে। আন এদিন যশোদাই কৃষ্ণক কোলাত লৈ বহি আছে। এজনী গোপী যশোদাৰ ওচৰত

 एकदिन कृष्ण बलभद्रको साथ लेकर एक ग्वालके घर घूसकर एक बछड़ेका बांध-खोल रहे हैं। बलभद्र पोछे खड़ा होकर देख रहा है । घरकी मालकिन गोपी हाथ उठाकर बछड़े को खोलनेसे मना करती है। दूसरे एकदिन यशोदा कृष्ण को गोद में लेकर बैठी है। एक गोपी यशोदाको पास बैठकर कृष्णका गुण