পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৬ )
 
চক্ৰবাতে কৃষ্ণক আকাশলৈ নিছা। যশোদা সন্তাপ কৰিছা। গোপী।  

বাৱমাড়লি যোৱাত যশোদাই কৃষ্ণক নেদেখি ইফালে সিফালে চাই কাতৰভাৱে মাটিত আঠু কাঢ়ি পৰি হিয়া ভুকুৱাই যেন কান্দিব ধৰিছে। এজনী গোপিনীয়ে কৃষ্ণক বেগেতে পাব বুলি যশোদাক বেজাৰ কৰিবলৈ হাক দি হাত তুলি আশ্বাস দিছে।

रखा है। बवंडरको चले जानेके बाद यशोदा कृष्णको न देखकर इधर उधर ताकतेहुए कातर भावसे जमीनपर गिरकर बिलाप कर रही है। एक गोपी ‍‍‍‌“कृष्ण जलदी आ पहुंचेगा” कहकर यशोदाको आश्वासन दे रही है।