পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৫ )
 
 ব্ৰাহ্মণক নন্দে দান দিছা। সভাসদ। উপনন্দ। নন্দ। ব্ৰাহ্মণে বেদমন্ত্ৰ
উচ্চাৰিছা।
যশোদা কৃষ্ণক
তন দিছা
গোপগণে শকট পূৰ্ব্বৱতে থৈছা।  

 কৃষ্ণই কান্দি থকা দেখি যশোদা আথে-বেথে গৈ কৃষ্ণক কোলাত লৈ পিয়াহ দিলে আৰু ব্ৰাহ্মণক মতাই আনি বক্ষা-মন্ত্ৰ পাঠ কৰালে। বলবান্ গুৱালবিলাকৰ হাতুৱাই গাড়ীখন আগৰ দৰে ঠিক কৰি, কলহবোৰ তুলি থলে। ৰজা নন্দই সভাসদ আৰু উপনন্দৰ সৈতে পৰামৰ্শ কবি ব্ৰাহ্মণক কাপোব, অলঙ্কাৰ আৰু ধেনু দান কৰিলে। ব্ৰাহ্মণসকলে দান-দক্ষিণা লৈ আশীৰ্ব্বাদ কৰি ঘৰলৈ গল।

 कृष्ण को रोते देखकर यशोदा जलदी आकर कृष्णको गोदमें लेकर दूध पिलाया और ब्राह्मणोंको बुलाकर रक्षामन्त्रका पाठ करवाया। वलवान् ग्वालोंको द्वारा गाड़ोको पहले जैसी ठोक करके घड़ोंको उठवाकर रकवा| राजा नन्द सभासद और उपनन्दके साथ सलाह कर ब्राह्मणों को कपड़ा, जेवर और धेनु आदिका दान दिया। ब्राह्मणगण दान-दक्षिणा लेकर आशीर्वाद देकर घर गये।

 

 চক্ৰবাতৰূপী তৃণাবৰ্ত্ত বধঃ এদিন যশোদাই কৃষ্ণক ৰঙতে নচুৱাই থাকোঁতে বৰ বেছি গধুৰ পাই নমাই থলে। এনে সময়তে এটা বৰ ভীষণ বাৱমাড়লি আহি ধূলা-মাটিৰে একো নেদেখা কৰি পেলালে। এই সুযোগতে কংসই পঠোৱো চক্ৰবাত নামৰ অসুৰ এটাই কৃষ্ণক হৰি নিলে। কৃষ্ণই অসুৰৰ গলত সাৱট মাবি ধৰি আছে।

 तृणावर्त्त वध : एकदिन यशोदाने कृष्णको आनन्दसे नचाते नचाते बहुत भारी मालुम होनेपर सुला दिया। इतनेमें ऐसा काला पीला तूफान आया की कुछभी देखाइ नहीं पड़े। इस संयोगमें कांसको द्वारा भेजा हुआ चक्रवात नामक एक असुर कृष्णको चुरा ले गया। कृष्ण असुरको गलेको जकड़कर पकड़