সমললৈ যাওক

পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৩ )
 
গোপসবে পূতনাক দহিছা।  নন্দত বাৰ্ত্তা কহিছা। গুাৱাল। যশোদা। ৰোহিণী।  
 

 পুতনাৰ শ দাহ: কেইজনমান গুৱালে কুঠাৰেৰে খৰি কাটি জুই জলাই পূতনাক দাহ কৰিবলৈ আৰম্ভ কৰিছে। নন্দ ৰজা মথুৰাৰপৰা ঘূৰি গৈ পাওঁতেই এজন গুৱালে পূতনাৰ বাতৰি দিলত নন্দই আচৰিত হৈ আথে বেথে কৃষ্ণক কোলাত লৈ মূৰ সুঙিব ধৰিছে৷ পাছৰ ফালে আন এজন গুৱালে হাত তুলি একো অনিষ্ট হোৱা নাই বুলি যেন কৈছে। নন্দ ৰজাৰ পিছফালে যশোদা আৰু ৰোহিণীয়েও যেন কৃষ্ণৰ একো অপকাৰ কৰিব নোৱাৰাৰ কথাকে কব ধৰিছে।

 पूतना शव दाह : कई ग्वाले कुल्हाड़ीसे लकड़ी काटकर आग जलाकर पूतनाका दाह करना शुरू करते हैं। नन्दराज मथुरासे लौटकर पहुँचतेही एक ग्वालेने जब पूतनाको खबर दी तो नन्द तत्परतासे कृष्णको गोद में लेकर सिर सूँघने लगे। पीछे एक दूसरा ग्वाल हाथ उठाकर मानों कह रहा है कुछभी हानि नहीं पहुँची। नन्दराजके पीछे यशोदा और रोहिणी भी मानों कृष्णका कुछ अपकार कर न सकनेको बातड़ी कह रही है।