পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২২ )
 
গোপী। ৰোহিণী। কৃষ্ণ। যশোদা। গোপী।   পুতনা প্ৰাণ ছাড়িলা।  
 

 পূতনাই হাত ভৰি মেলি ৰাজ আলিৰ দৰে পৰি আছে; কৃষ্ণই তাইৰ বুকত ৰঙে ক্রীড়া কৰি আছে। যশোদা-ৰোহিণী আদিয়ে অতি বিস্ময় হৈ মৃত পূতনাৰ বুকৰপৰা আথে বেথে কৃষ্ণক আনিলে আৰু চক খোৱা বুলি মূৰত থুথ্‌খুৰিয়াই দি খাট এখনত শুৱাই থৈ মূৰৰ ফালে যশোদা আৰু ভৰিপিছনাৰ ফালে ৰোহিণীয়ে ৰক্ষাৰ কবচ বান্ধিছে । দুয়োৰে পিছফালে দুজনী গোপীনীয়ে আচৰিত হৈ হাত তুলি যেন ভূত-প্রেত দূৰ হোৱ৷ ঔষধহে যোগাইছে।

 पूतना हाथ-पैर फैलाकर राजसड़कसी लंबी पड़ी है। कृष्ण उसकी छातीपर आनन्दसे क्रीड़ा कर रहा है। यशोदा रोहिणी आदिने खूब विस्मित हो कर मरी हुई पृतनाको छाती से जल्दीसे कृष्ण को उठाया और डर गया सोचकर पुचकार कर पलंगपर मुलाकर सिरहाने यशोदा और पैथाने रोहिणी रक्षा कवच बांध रही है । दोनों के पीछे दो गोपियां विस्मयसे हाथ उठाकर मानो भूत-प्रोव भगानेवाली दवाका प्रबंध कर रही है ।