পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২১ )
 
তনে সমে কৃষ্ণে পুতনাৰ প্ৰাণ শুযিছা । গোপিনী হালি
চাহিছা কৃষ্ণক।
যশোদা। ৰোহিণী।  
 

 পূতনা-বধঃ পূতনাই কৃষ্ণক পিয়াহ দিবলৈ হাত মেলি কোলাত লৈছে। যশোদা-ৰোহিণী আদিয়ে পূতনাৰ ৰূপত মুগ্ধ হৈ ৰ লাগি চাই আছে। পাছত যেতিয়া নিশাচৰীয়ে কৃষ্ণক মাৰিবলৈ বিষময় স্তন দিলে, তেতিয়া সুযোগ পাই—

“আটি ধৰি মুখে হবি কোপে হুপিলন্ত।
তনে সমন্বিতে তাইৰ প্ৰাণ শুষিলন্ত॥”

 বজ্রপাত পৰাৰ দৰে পূতনা মাটিত পৰি গল আক মুখেদি ফেন উলিয়াব ধৰিলে; কৃষ্ণই পূতনাৰ ওপৰত পৰি স্তন পান কৰি থাকিল ।

 पूतना वध : पूतना स्तन पिलानेके लिए कृष्णको हाथ फैलाकर गोद में लेती है। यशोदा रोहिणी आदि पृतनाको रूपसे मुग्ध होकर पुलकसे देख रही है। जब निशाचरीने कृष्णको मारनेके लिए अपना विशाल स्तन मुखमे दिया तो कृष्णको मानो सुयोग मिल गया और पूतनाके स्तनको दबाकर चूमने लगे । स्तनके साथ उसकी जान भी चूसली। पृतना वजाहतसी जमनपर गिर पड़ी और मुँहसे फेन निकलने लगा ; कृष्ण पृतनाको छातीपर चढ़कर स्तनपान कर रहे हैं ।