পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৯ )
 
শকটত নন্দ  
 

 নন্দৰ গোকুললৈ প্ৰত্যাৱৰ্ত্তনঃ নন্দই মিত্ৰ বসুদেৱৰ কথা মতে গৰুৰ গাড়ীত উঠি গোকুলৰ মুৱা হৈ উভতিব ধৰিছে

 महाराज नन्दका गोकुल लौटना : नन्द मित्र वसुदेवके कहनेके अनुसार बैलगाड़ीपर चढ़ कर गोकुलकी और लौट रहे हैं।