পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৮ )

গুৱাল।   বহুদেৱে নন্দে প্ৰিয় সম্ভাষণ কৰিছা।

 গোপৰাজ নন্দ আৰু বসুদেৱৰ আলাপঃ গোপৰাজ নন্দই পুত্ৰৰ জন্মোৎসৱ সমাপ্ত কৰি গোপসকলক গোকুল ৰক্ষাৰ ভাৰ দি কংসক দিবলগীয়া বাৰ্ষিক কৰ সোধাবলৈ মথুৰালৈ গৈ কৰ দি উঠি মিত্ৰ বসুদেৱৰ ঘৰলৈ গৈছে। বসুদেৱে বহুদিনৰ মূৰত নন্দক দেখি আথেবেথে সমাদৰ কৰি দুয়ো মুখামুখিকৈ বহি নানা আলাপ কৰিছে। নন্দৰ পিছৰ ফালে এজন গুৱালে আঠু লৈ বহি তেঁওলোকৰ আলাপ শুনিছে। বসুদেৱে গোকুলত নানাপ্ৰকাৰ উৎপাত হব পাৰে বুলি নন্দক বেগেতে গোকুললৈ যাবলৈ কোৱাত গোপৰাজ নন্দই মিত্ৰত বিদায় লৈছে।

 गोपराज नन्द और बसुदेवका प्रेमालाप : गोपराज नन्द पुत्रके जन्मका त्यौहार समाप्त कर ग्वालोंको गोकुलकी रक्षाका भार देकर कंसका सालाना कर देनेके लिए मथुरा आकर कर देनेके बाद मित्र वसुदेवके घर गये। बहुत दिनों के बाद नन्दको देखकर वहुत आदरके साथ वसुदेव नन्दके आमने सामने बठकर अनेक चर्चायें कर रहे हैं। नन्दके पीछे एक ग्वाला घुटने टेककर बैठकर उनकी चर्चा सुन रहा हैं। नन्दको अनुपस्थिति में गोकुलमे अनेक प्रकारकी घटनाएं हो सकती हैं यह वसुदेव के कहनेपर गोपराज नन्द मित्रसे बिदा लेते हैं।