পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৫ )



কংসৰ মহাদৈ   কংস গৃহত পশিছা  দাসী


 চিন্তাযুক্ত ৰাজা কংস: কংস ৰজাই সভাভঙ্গ কৰি চিন্তাযুক্ত মনে সিংহাসনত বহি আছে। এজনী দাসীয়ে পিছৰ ফালৰ পৰা চামৰেৰে বিচিছে। সম্মুখত কংসৰ মাদৈয়ে কংসক চিন্তাযুক্ত দেখি হাত জোকাৰি চিন্তা কৰিবলৈ যেন বাধা কৰিছে।

 चिन्तायुक्त राजा कंस : राजा कंस सभा समाप्त करनेके बाद सोचमें सिंहासनपर बैठा हुवा है। एक दासी पीछेकी ओर चासरसे हवा कर रही है। सामने कंसकी रानी कंसको चिन्तित देखकर हाथ हिलाकर सोचनेसे मानो मना कर रही है।