পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৩ )

দৰে দিগ্‌ বিদিক পোহৰ কৰি আকাশলৈ উঠিল। অসংখ্য বিদ্যাধৰীয়ে নৃত্যগীত আৰু চাৰণ-কিন্নৰে যোগমায়াক তুতি কৰিবলৈ ধৰিলে।

प्रकाशित कर आकाशपर चढ़ गयी। असंख्य विद्याधरी नृत्य गीतसे और चारण, किन्नरगण योगमाया की स्तुति करने लगे।

 
দাসী দৈৱকী বসুদেৱক কংসে মিনতি বুলিছা কংসৰ অনুচৰ  

 কংসৰ ক্ষমা ভিক্ষাঃ যোগমায়াই আকাশৰপৰা কংসৰ বৈৰীৰ সংবাদ দিলত কংস আচৰিত হল আৰু মিছাতে ভাগিন- বধৰূপ অকাৰ্য্য কৰা বাবে অনুতপ্ত হৈ বসুদেৱ-দৈৱকীৰ বন্ধন খুলি দিলে। কংসই বসুদেৱৰ ভৰিৰ ওচৰলৈ হাত নি ভাগিন- বিলাকক মৰাৰ বাবে নানা ভাৱে ক্ষমা খুজিলে।

 कंसको क्षमा याचना: योगमाया का आकाशसे कंसके बैरीका संवाद देनेपर कंस को अचरज हुआ और व्यर्थ ही भागिनी- वध जैसा पाप कर्म करनेके कारण पश्चात्ताप करते हुये वसुदेव-देवकोका बंधन खोलकर कंसने वसुदेवके पैरोंपर पड़कर नाना रुपसे माफी मांगी।