পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১১ )

 যশোদাৰ কন্যা-হৰণঃ— বসুদেৱে যমুনা পাৰ হৈ গোকুললৈ গৈ টোপনিত অচেতন হৈ থকা যশোদাৰ কোলাত কৃষ্ণক থৈ যোগমায়াক লৈ আহিল; আৰু দৈৱকীৰ কোলাত শুৱাই থলে। তেওঁ নিজে আগৰ দৰে শিকলি লগাই বন্ধন অৱস্থাত থাকিল। কংসৰ কাৰাগাৰৰ দুৱাৰ আগৰ দৰে বন্ধ হল। কাৰাগাৰত কেচুৱাৰ কান্দোনৰ শব্দ উঠিল। পালি পহৰীয়াবিলাক জাগি উঠিল আৰু কংস ৰজাক খবৰ দিবলৈ বুলি এজন প্রহৰী লৰা-লৰিকৈ যাব ধৰিলে।

 यशोदा को कन्या काहग्गा : वसुदेव जमुना पार करके गोकुल जाकर नींदमें अचेतन होकर पड़ी हुई यशोदाकी गोद में कृष्ण को रखकर योगमायाको ले आये; और देवकीको गोदमें सुला दिया । वसुदेव पहले जैहोसे बंधन में बंध गये। कंसके कैदखानेका दरवाजा पहले जैसा बंद हो गया। कारागारमें बच्चेके रोनेकी आवाज उठी। पहरेदार जाग उठे और कंस राजाको खबर देने के लिए एक पहरेदार दौड़कर जाने लगा ।

বসুদেৱ দৈৱকী কংসক কাৰ্পূৰ্ণা কৰিছা কংসে যোগমায়াক ধৰিছা  

কংসৰ দ্বাৰা যোগমায়া বধৰ চেষ্টা :— ৰজা কংসই দৈৱকীৰ সন্তান হোৱা সংবাদ পাই বিহ্বল হৈ লৰি যমৰ দৰে কাৰাগাৰলৈ

कंसके द्वारा योगमायाके वध की चेष्टा : राजा कंस देवकीका संतान होने का संवाद पाकर विह्वल होकर दौड़कर