পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯ )
গন্ধৰ্ব্বে গীত গাইছা। বিদ্যাধৰে মৃদঙ্গ বাইচা। অপেস্বৰা নাচিছা। সিদ্ধমুনি স্তুতি কৰিছা। দেৱতাগণে পুষ্পবৃষ্টি কৰিছা।  

এই অদ্ভু বালকটিক সাক্ষাৎ নাৰায়ণ মূৰ্তি বুলি বুজি পাই দৈৱকীৰ সৈতে আঠু লৈ হাতযোৰ কৰি স্তৱ কৰিব ধৰিছে। এই সময়ত খোল, তাল লৈ গন্ধৰ্ববিলাকে গীত গাব ধৰিছে আৰু অপ্সৰাবিলাকে নৃত্য কৰিছে।

 শ্ৰীকৃষ্ণক লৈ বসুদেৱৰ নন্দ ভৱনলৈ গমন। ভগবান বিষ্ণুৱে বসুদেৱ-দৈৱকীৰ স্তৱত তুষ্ট হৈ কলে—“আগৰ জন্মত তোমালোক দুয়োজনে মোক পুত্ৰ কামনা কবি আৰাধনা কৰিছিলা, সেই কাৰণে মই প্ৰথমে পৃস্নিগৰ্ভ নামে, দ্বিতীয়তে বামনৰূপে আৰু তৃতীয় জন্মত নিজ ৰূপে জন্ম গ্ৰহণ কৰিলোঁ। তোমালোকে কংসলৈ যদি ভয় কৰা, তেন্তে ‘থৈয়ো নিয়া মোক গোকুলত পলুৱাই’ গোকুলত যশোদাৰ ঘৰত যোগমায়া জন্মিব, তুমি মোক যশোদাৰ বিছনাত থৈ যোগমায়াক লৈ আহিবা।” এই বুলি ভগৱান শ্ৰীকৃষ্ণ “দুই হন্তৰ আগতে ভৈলন্ত শিশুৰূপ।”
 

और धेनुका दान किया; और देवताओं की बात याद कर इस अद्भुत बालकको स्वयं नारायण समझकर देवकी के साथ घुटने टेककर हाथ जोड़कर स्तव गान करने लगे। इस समय मृदंगादि लेकर गंधर्वगण गीत गाने लगे और अप्सरागण नाचने लगी।

 श्रीकृष्ण को लेकर वसुदेवका नन्द भवन गमन। भगवान् विष्णुने वसुदेव-देवकीके स्तवसे संतुष्ट होकर कहा—"पहले जन्म में तुम दोनोंने मुझे पुत्र कामनासे मेरी आराधना को थी, इसीलिए मैंने पहले पृस्त्रिगर्भ नामसे, दूसरे में वामन रूपसे और तीसरे जन्म में इस रूप में जन्म ग्रहण किया है। अगर तुम कंससे डरते हो तो मुझे "गोकुल में ले जाकर छिपाकर रखो। गोकुल में यशोदा के घर में योगमाया जन्मेगी। तुम मुझे यशोदाके बिछौने पर रखकर योगमायाको ले आओ।”