পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮ )
বসুদেৱ তূতি কৰিছা বসুদেৱ-দৈৱকীক কৃষ্ণে নিজৰূপে দেখা দিছা দৈৱকী তুতি কৰিছা  

 শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ আৰু বসুদেৱ-দৈৱকীৰ স্তৱ। দেৱী দৈৱকীৰ পৰা ভগবান বিষ্ণু চতুৰ্ভুজৰূপে শঙ্খ, চক্ৰ, গদা, পদ্ম কৰত লৈ আবিৰ্ভুত হল। কণ্ঠত কৌস্তুভ, গাত পীত বস্ত্ৰ, কাণত কুণ্ডল, মেঘসম শ্যাম বৰ্ণ, হিয়াত শ্ৰীবৎসপান্তি, গলত বনমাল, কটিত ৰত্নৰ মেখলা, কৰত কঙ্কণ, পাদপদ্মত ৰত্নময় নুপুৰৰ অদ্ভুত বালকৰ জ্যোতিয়ে সূতিকা ঘৰ প্ৰকাশ কৰা দেখি বসুদেৱে মনতে স্নান আৰু ধেনুদান কৰিলে; আৰু দেৱতাসকলৰ কথা স্মৰণ কৰি

 श्रीकृष्णका आविर्भाव और वसुदेव देवकीका स्तुतिगान करता। देवी देवकीके गर्भसे भगवान विष्णु चतुर्भुज रुपसे शंख, चक्र, गदा, पद्म करोंमें लेकर आविर्भूत हुए। कण्ठमें कौस्तुभ, बदनपर पीला वस्त्र, कानोंमें कुडल, हृदय पर श्रीवस्त्रों की पंत्ते, गलेमें बनमाला, कमरमें रत्नोंकी मेखला करोंमें कंकण, चरणोंमें रत्नमय नूपुरोंके साथ बादल जैसे श्यामवर्ण अजीब बालककों ज्योतिसे सूतिका गृह दीप्त होते देखकर वसुदेवने मन ही मन स्नान