পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭ )
বৰুণ বায়ু নাৰাদ ব্ৰহ্মা বসুদেৱ-দৈৱকী মহেশ ইন্দ্ৰ চন্দ  

(দেৱগনে বন্দীশালত কৃষ্ণক তুতি কৰিছা)

 কংসৰ বন্দীশালত দেৱী-ৰূপিনী দৈৱকীৰ গৰ্ভত ভগবান স্থিতি লাভ কৰিছে। এই কথা দৈৱকী আৰু বসুদেৱক জনাবৰ কাৰণে আনৰ অদৃশ্যে নিজ নিজ বাহনত চৰি ব্ৰহ্মা, যম, বৰুণ, চন্দ্ৰ, ইন্দ্ৰ আদি দেৱতাসকল কাৰাগাৰলৈ আহি ভগবানৰ স্তৱ কৰিছে।

 कंसके कैदखानेमें देवी-खरूपिणी देवकीके गर्भमें भगवान ने स्थिति लाभ की है, इस बातका देवकी और वसुदेवको ज्ञान करानके लिए दूसरोंको दृष्टि बचाकर अपनी अपनी सवारीपर चढ़कर ब्रह्मा, यम, बरुण. चन्द्र, इन्द्र आदि देवगण कारागारमें आकर भगवानको स्तवि कर रहे हैं।

ব্ৰহ্মা যম বৰুণ বসুদেৱ-দৈৱকী চন্দ্ৰ ইন্দ্ৰ  

(বসুদেৱ-দৈৱকীক আশ্বাস বুলিছা। দেৱগণ বিদায় কৰি নিজথানে যান্ত)

 বসুদেৱ দৈৱকীক ভগবান বিষ্ণুৰ আবিৰ্ভাৱৰ কথা কৈ আশ্বাস দি তেওঁলোকৰ পৰা বিদায় লৈ নিজ নিজ বাহনত উঠি ব্ৰহ্মা, যম, বৰুণ, চন্দ্ৰ, ইন্দ্ৰ আদি দেৱতাসকল ভগবান বিষ্ণুক সন্মুখত ৰাখি পিছুৱাই পিছুৱাই নিজ নিজ থানলৈ গল।

 बसुदेव देवकीसे भगवान बिष्णुके आविर्भावकी बात कहकर आश्वासन देकर उनसे बिदा लेकर अपनी अपनो सवारीपर चढ़कर ब्रह्मा, यम, बरूण, चन्द्र, इन्द्र आदि देवगण भगवान विष्णुको सामने रखकर पोछे हट हट कर अपने अपने स्थान पर चले गये।