পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্র-ভাগৱত ( ২৫২ ) चित्र-भागवत [=N755s BE উদ্ধৱ । কৃষ্ণ ৰলাম। উগ্রসেন। ছত্ৰধৰা। কে ইবা দিনৰ মূৰত গোকুলৰ খবৰ লৈ উদ্ধৱ আহি মথুৰা ৰূ কি না ভ্রান্ত মাঁকূলী বৰ লৰ ভৱৰ মধুৰ অ ৰ। পালেহি । উদ্ধৱ বৰ্থৰপৰা নামিয়েই পােনতে কৃষ্ণ-বলৰামৰ ভৰ ৰাৰ নৰহ্মৰ এল ঘ লৰাম আৰু হন দৈৰ দায় ওচৰত আঠুলৈ হাতযােৰ কৰি গােকুলব সংবাদ কৈছে । কৃষ্ণ- ভিন্ধৰ মৰূলা দৰা ঃ । হৃঙ্খ অলৰাম আৰনাৰ বলৰামে আসনত বহি আগহাত তুলি গোকুল বাসীৰ কুশল বাতৰি জৰ শীৰূলম্বিয়াদী -ৰৰ দুচ্ছ ৰষ্ট । উলঙ্গ সুধিছে। তাৰ পিছত উদ্ধৱ ৰজা উগ্রসেনৰ ওচৰলৈ গৈ ৰাজোচিত ভৱৰ ৰাল ভৰ্ষন আম্ব আব্দৰ ৰালাবিন পদ্মনি লিন্ধিৰ সম্মান দেখুৱাই কৰযােৰে গােকুলৰ খবৰ কৈছে। বজা উগ্রসেন ৰূলীভ রূৰ কূলী ৰৰ ৰূঢ় ৰ । ৰাজা ৰন্থৰন বলিৰাজসিংহাসনত বহি আছে । এজনে পিছৰ ফালে ছত্ৰ ধৰিছে। सिंहासनपर बैठे हैं: एक पोछेको तरफसे छत्र पकड़ रहा है। বজাৰ সন্মুখত দ্রব্যপূর্ণ শৰাই আৰু জলপূর্ণ ভৃঙ্গাব আছে। गजाक सामन द्रव्यों से पूर्ण ठगी और जलपूर्ण गंगासागर है। - অন্ত — - সুনাম —