পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत উদ্ধৱৰ গোপীসকলৰ লগত আলাপ:নন্দৰ লগত আলাপ ভৰা মাৰিয়া' জ না ঋলাদ : নব্দ সাপ্ত শেষ কৰি ভক্ত উদ্ধৱে গোপীবিলাকৰ সৈতে বিৰলত বহি কৃষ্ণ আলাল মামৰ মৰূ ভৰ মাৰিী ৰায় যান অন্ধৰ বিষয়ৰ নানাবিধ আলাপ কৰিবলৈ ধৰিলে। গোপীবিলাকেও হৰ্ষ- জৰ্জ ব্ৰা লানা নজী বা জৰ্ন লী। মাহিয়া মী চৰ পুলকিত চকুৰে ভক্তি-প্ৰেমা বিসৰ্জন কৰি উদ্ধৱত কৃষ্ণৰ নানা ভুলব্দিন স্বাৰীৰ সভাস্থ বিষলল , ভৰৰ জন্ধী নানা আন কথা সুধিব ধৰিলে। উদ্ধৱে হাত তুলি আশ্বাস দি উত্তৰ মূল মী। তত্ত্বৰ ঢাপ্ত ভান্ধৰ স্বাৰাষন জিৰ মাঘল দিবলৈ ধৰিলে। জল লৰা। LN_154\. গোপীসৱ। যমুনা। গোবৰ্ধন গিৰি। কালিন্দী। মহামতি উদ্ধৱে গোপীবিলাকৰ সৈতে কথোপকথন শেষ কৰি মামনি তত্ত্বৰ নীত্ৰিয়ী দায় অনবীন মামৰ মৰূিৰ্গ ভক্তিৰ স্মৃতিস্তম্ভ-স্বৰূপ গোবৰ্ধন পৰ্বত চাবলৈ গল। লগতে নিম-এ যান অননী হন নয়। নাঘী মসিয়ামী গোপীসবে গল। যমুনাৰ পৱিত্ৰ জলকণাৰে সুশোভিত সেই মন্ত্ৰী। সম্বনা এৰিন তন্বী 'ৰ স্বীনি ভৰ নীৰঙন অনন গোবৰ্ধন পৰ্বত আৰু কালিন্দী দুদ চাই উদ্ধৱে অপাৰ আনন্দ- স্পীৰ জ্বালিী ফী ৰন্সৰ সম-নিৰ্মীৰ ছী মা। বোধ কৰিলে।