পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত { ২৪৫ ) चित्र भागवत L. No.146) B. যশোদা। নন্দ। উদ্ধৱ। অতিথি সংকাৰ হৈ যোৱাৰ পিছত নন্দ আৰু যশোদা দুখন अतिथिका स्वागत हो जानेके बाद नन्द और यशोदा आग्रहसे আসনত বহি, আগহাত পাতি আগ্ৰহেৰে উদ্ধৱক আসনত অৱতৰ মৰাৰামিয়াজী বন্ধ যজ জন্ধ মাঙ্গী ম-ৰৱৰ দ্বন্দ্ব বহুৱাই লৈ মথুৰাবাসীসকলৰ এজন এজনকৈ সকলোৰে কুশল বাতৰি সুধিব ধৰিছে। উদ্ধৱেও হাত তুলি মথুৰাৰ সকলো খবব কবলৈ আৰম্ভ কৰিছে। “যাদৱ বংশৰ কল্যাণ কথাক পত্নী মুত সমে কুশলে আছন্ত উদ্ধৱ কৈয়ো সত্বৰে। সখি বসুদেৱ মোৰে।” ১২৭৮০