পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ২৩৫ ) चित्र-भागवत L. No.141C বাম-কৃষ্ণ। সাগৰে পূজা কৰিছা কৃষ্ণক। সাগৰৰ স্তৱ ভগবান কৃষ্ণ আৰু বলৰাম ৰথত উঠি গুৰু ৰান্ধা নন : মৰান ৰূন্য স্বীৰ লৰাম ৰগ্ৰথৰ বন্ধ পুত্ৰক বিচাৰি গৈ সাগৰৰ তীৰত উপস্থিত হল গৈ। সাগৰে যমুনী ৰূৰ ৰা নীৰ দ্বালিৰ। ৰাসৰ স্থা কৃষ্ণ-বলৰামক পৰম পুৰুষ জানি মূৰ্তি ধৰি গলবস্ত্ৰ হৈ আটু লৈ ধূপ, এলবামী সমন্বয় লাল জৰ ৰুনি প্ৰাৰ জৰ লন্ত বৰ দীপ, নৈবেদ্য দি কবযোৰে স্তৱ কৰিব ধৰিলে। टेककर धूप, दीप, नैवेद्य देकर हाथ जोड़कर स्तवन करने लगा। পঞ্চজন্য অসুৰ বধ –সাগৰৰ স্তৱত তুষ্ট হৈ ভগবানে গুৰু- জন্ম অমুক হ্মা ৰধ : সান্ধী নিষ নুছ ছালৰ পুত্ৰৰ বাতৰি সোধাত পঞ্চজন্য নামে শঙ্খৰূপধাৰী অসুবে হৰি মাল মুনী নানী দূচ্ছন, লন্ত নাম মুৰ কাৰী নিয়া বুলি কলে। তাকে শুনি কৃষ্ণই সাগৰত বুৰ দি সেই স্বৰ দহ ল ল য়া কাল অনলায়। ও জুনৰ ৰূত্মা পঞ্চজন্যৰ ওচৰ পালেগৈ। কৃষ্ণই আসুৰক দুয়োহাতেৰে খামোচ আমল ভুল মান্ধৰ ঔষ বল আৰ অদ্ৰ। ৰূৰ্ন স্বন্ধী ম বি ধৰিলে; তেতিয়া সেই শঙ্খাকৃতি অসুৰেও কৃষ্ণব অগভৰিত দ্বীনী ছাগী লীৰ অভা, নী ভৰ মৰান্ধনি স্বামী জাহাজ