পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत কংসৰ অনুচৰবিলাকে হাতত খঙ্গ, ধনু আদি লৈ কৃষ্ণ-বলৰামক জ’অন্ধ অববীজী স্থানী স্মাৰ স্নান বন্ত্ৰ জন্য মঙ্গা খেদি অহা দেখি দুয়ো ভাই-ককায়ে তীক্ষ্ণ অসিৰে কাকো কাটি, হীনী মা মী ঋন আসন গ্ৰীষ ভন লিঙ্গা এৰ সন্থাৰ কাৰ ধনুবে কাকে। বিন্ধি ছিন্ন ভিন্ন কৰিলে। কংসৰ সৈন্যবিলাকেও ভন্তু নিন নিন , কিয়া। ভয় নাখাই কৃষ্ণ-বলৰামক বেঢ়ি ধৰিলে। Ltg.125 B., ) 2 গোপবালক। কৃষ্ণ। বলৰাম। গোপবালক। কৃষ্ণ-বলৰামে কংসৰ সৈন্তবিলাকক মাৰি গোপবালকবিলাকৰ জঘা এলম জব্দী নাঙ্খাৰ্জী মাজৰ মীবালা স্বাস্থ সৈতে নিৰ্ভয় চিত্তে নগৰৰ ৰাজবাটত ফুৰি সাজবেলিকো নগৰৰ নিদয় ভিন্ন লম্বাৰ আন্ধী না ব্ৰা স্বাব্দ দেন। বাহিৰত ৰল গৈ। পবিশ্ৰান্ত কৃষ্ণ-বলৰামে হাত ভৰি থই দুয়ো এৰিদাল দ্য লৰাম চায় ঐ ঘৰূৰ হানী বা ভিবিন্ন দুখন বিচিত্ৰ বিছানাত শুইছে; দুজন গোপবালকে ভৰিৰ ওচৰত বিহু নাঁসৰ ৰী ঃ; হী শীQালন্ধ ৰা আৰু ৰবন্ধৰ তীব্দ বহি দুয়োৰে ভৰি টিপিবলৈ ধৰিছে। আন এজন গোপবালক ঘাঁৰ ৱো বড়। তুষ মীমাল এ হী বঁৰ ভুল ওচৰতে চোৱৰ ধৰি আছে। বা।