পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৯৭)। चित्र-भागवत মহামতি ক্ৰৰৰ কথা মতে ৰাম-কৃষ্ণক মথুৰালৈ যাবলৈ মামনি অন্ধ ৰূল্পনানুষৰ আম জন্ধী ময়ুৰ আনা ৰজা নন্দই আদেশ দিলত অক্ৰৰে নিজে সাৰথি হৈ বথ চলালে। আয়া বলা বন্ধ নহৰ স্বৰ্গৰ ভূ ভাগ্ৰি দ্বীৰ ৰগ্ৰ ভূল কৃষ্ণ, বলৰাম আৰু স্বয়ং ৰজা নন্দ অশ্ৰুৰৰ বথত উঠিল। ৰথৰ ল। ভ্ৰ্য, অলম স্বীৰ ভয় ল ন অন্ধ বন্ধ গ্ৰৰ অন্তু। পিছ ফালে দুজনী গোপীয়ে পৰস্পৰে এজনীয়ে হাতযোৰ কৰাৰ দৰে ৰন্ধ দ্বীহুব্ধী নৰ ৰী মাত্ৰিযাঁ বন্ধ চায় তীব্দৰ স্মৰ বুৰী কৰি আৰু আনজনীয়ে আগত দাঙি যেন কৈছে, যে কৃষ্ণ কাচিনা চায় তা মালী ৰূৰ দ্বী জি চুমী হুীভৰ আমাক এৰি মথুৰালৈ গল; তেওঁ যে আৰু ফিৰি আহিব ময় লা আযী আবিষ আৰ। আশা নাই। IL.N2T18B অৰ্থ। ৰাম। | কৃষ্ণে গোপীক প্ৰবোধিছ।। ইয়াৰ পিছত ৰজা নন্দই নিজে এখন গৰু-গাড়ীত যাবলৈ ধৰিলে; इसके बाद राजा नन्द खुद एक बैल गाड़ीपर जाने लगे; কৃষ্ণ-বলৰাম অৰৰ বথত গল। ৰথৰ পিছ ফালৰ পৰা গোপী- স্বা-লম অঙ্গন্ধে গ্ৰৰ বঢ় যায়। বন্ত্ৰী মীদিজাঁ অব্দ বন্ধী বিলাকে অতি কাতৰভাৱে অৰক শালি শাপনি দি কৃষ্ণ-বিৰহত জান বন্ধী ই আঁৰ ঘন্ধ যীহু সাড়েী। ক্ৰ অতুৰা হৈ কান্দিবলৈ ধৰিলে। কৃষ্ণই গোপীসকলৰ ফালে ফিৰি ভন মা ন ই ঘৰ ৰ ৰূত্মান্ধী ন সান লিৰ মলা চাই গগ হাত তুলি তেওঁলোকক বেজাৰ কৰিবলৈ হাক দিছে। নদী। গোপীসকলক হাত তুলি যেন কৃঞ্চ ক যাবলৈ বাধাকেহে কৰিছে।