পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চিত্ৰ-ভাগৱত
चित्र-भागवत
 

ইয়াৰ পিছত অক্ৰুৰ, কৃষ্ণ আৰু বলৰাম পৃথক পৃথক আসনত বহি সকলোৱে হাত তুলি গোপনে গোপনে যেন কিবা আলোচনা কৰিবলৈ ধৰিলে।

इसके बाद अकर, कृष्ण और बलराम आदि पृथक पृथक आसपर बैठ वार्तालाप कर रहे हैं ।

ভগবান কৃষ্ণই অক্ৰুৰৰ পৰা জানিবলৈ পালে যে কংসই তেওঁক মাৰিবলৈ ছল কৰি ধনুৰ্যজ্ঞলৈ নিমন্ত্ৰণ কৰিছে আৰু দদাক বলৰামৰ সৈতে তেওঁক নিবলৈ অক্ৰুৰক, পঠাইছে। কৃষ্ণই এই ৰহস্তটো পিতাকক নকৈ ধনুষজ্ঞ চাবলৈ এনেয়ে নিমন্ত্রণ কৰা বুলি কলে। বলৰাম, কৃষ্ণ, নন্দ আৰু এজন গোপে এই নিমন্ত্ৰণৰ বিষয় আলোচনা কৰিছে। ইফালে এজন গোপে নন্দৰ আদেশ মতে এখন গৰু গাড়ীত কিছুমান দধি-দুগ্ধৰ কলহ ভৰাই লৈছে।

भगवान कृष्ण को अक्र रसे ज्ञात हुआ कि कंस उन्हें मारनेके लिए कूल करही धनुर्वज्ञके लिए निमन्त्रण दिया है। और भैया बलरामके साथ उन्हें लाने के लिए अक्र रको भेजा है। कृष्ण ने इस रहस्यको पितासे न कहकर केवल धनुर्यज्ञ निमंत्रणकोहो बात कही। बलराम, कृष्ण, नन्द और एक गोप इस निमन्त्रण के बारे में हो आलोचना कर रहे हैं। इधर एक गोप नन्दके आदेश से एक बैलगाड़ी में कुछ दही-दूधकं घड़े रख रहा है।