পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत LN9113B গোপগণ। কৃষ্ণে বোমক বধিছা। ব্যোমাসুবে এজন এজনকৈ গোপ-বালক চুৰ কৰি নিওঁতে আমাৰ বন্ধ হব্ধ ৰূৰ সল্লালাহ্মী বৰ ৰূৰ ল শয়া। নিওঁতে যেতিয়া কেৱলমাত্ৰ ৫৬ জন গোপবালক বাকী থকা কৃষ্ণই নৱ জন স্বাযিীৰ ভৰ আন ৰ অন্ধ ভ্ৰালান্ধী সন্ধ; কাৰ দেখিলে, তেতিয়া শেষ বাৰ দৈত্য আহোঁতে তেওঁ তাৰ চুলিত মীন এ ২ মা। মা মনি বড় মীযায় স্ম ধৰি মাটিত আচাৰ মাৰি দিলে। ভীষণ কৃষ্ণবৰ্ণ বিপুলকায় সেই বাঁন নিল। যি ৰূৰ ন ম : না চুদানি কী অসুৰ ততালিকে দাত নিকতাই মৰি গল। সেই সময়ত অৱশিষ্ট মান্ধা যুমান ৰূল ল। গোপবালকবিলাক কৃষ্ণৰ কাষত থিয় দি আছে; আৰু আকাশত দেৱতাবিলাকে আগত দাঙি কৃষ্ণৰ প্ৰশংসা কাবছে। দেৱতাসকলে আকাশত খোল-তাল বজাই নৃত্য-গীত কৰিছে। কষ্য আজান লা লা লুন্ত মীন ৰূৰ বট। জথা। কৃষ্ণই অনুবক মাৰি গোপবালকবিলাকৰ সৈতে বেণু বজাই আগত অম্বন্ধী মান্ধ, মাথাব্দ মাঘ ৰ ৰাজৰ স্বাৰা ঘৰবেণু-বৎস লৈ গোকুললৈ উভতিব ধৰিছে। আগে আগে গৰুবোৰ লন্ধৰ বীৰ লz ৰ। স্বাৰ স্বাৰ্তা নী' লা বন্নী দু স্বীৰ ডাক্ত