পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৬৯)। चित्र-भागवत আৰু বলৰামৰ সৈতে ব্ৰজলৈ গল। অন্যান্য গোপবিলাকো স্বীৰ লৰাম ৰায় চাল মন্ত্ৰ। বুদ, লম্যমী ৰূমৰ কান্ধত বাওঁহাতেৰে লৰু লৈ খোজকাঢ়ি যাবলৈ ধৰিলে। ৰজা স্বৰ্য ঘষ ভভা লন্ধৰ এলে আন না। বলা যৰীলিন মান পবীক্ষিতৰ আগত এইবোব কথা শুকদেৱে আসনত বহি কৈছে; য বান মান্ধ মাৰল ৰূ ব ক স্বীৰ ৰীনি কৃতি সন্তু আৰু পৰীক্ষিতে হাতযোৰ কবি শুনিব ধৰিছে। মূল ৰ। মৃগ। কৃষ্ণ। ৰান। গোপীসব। শঙ্খচূড়। শঙ্খচি ড় বধ ইয়াৰ পিছত এদিন ভগৱান কৃষ্ণ সুগন্ধ মু ভ অন্ধ : বুনন্ধ ভ্ৰান্ত জলি সন হৃথ্য মূল্প চন্দনাদিৰে অলঙ্কৃত হৈ বলভদ্ৰৰ সৈতে সেই মনোহৰ গোকুলত নাৰি অন দ্বীৰ লাৰু আয় ভৰ মনীৰ নীল বসনে ভূষণে বিভূষিত গোপীসকলৰ সৈতে ক্ৰীড়া কৰি আছে। অম্বন-মুমৰ নিচিন নীঘিী নাৰী স্বীড় জৰ ঃ গ। দ্য কৃষ্ণ আৰু বলৰামে ত্ৰি ভঙ্গ মোহন মূৰ্ত ধৰি বঁহী বজাইছে। স্বীৰ লাম নিন মীন মুনি লন্ধৰ ময়ী লা ঃ। গোপ-ৰমণীসকলেও সেই বাঁহীৰ সুৰত মতলীয়া হৈ যেন নৃত্যহে বণিয়ামী ভৰ ৰমী ৰূম আলী সীজৰ লত্ব বন্ধী। কৰি আছে। হেন সময়তে গোপীবিলাকৰ পিছফালৰ পৰা ঘোৰ খুৰী সময় মাবিয়া আঁৰ ঘৰ জৰ নিৰূতাব্দাৰ যুৱৰম্ভ কৃষ্ণবৰ্ণ বিকটাকাৰ শঙ্খচূড় নামে এটা অসুৰে অগিহাতত এপাত নামা বন্ধ অম্বৰ কানি জাগম হজ নিল বন্ধৰ নীবিতাব্দ