পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৬৫ ) चित्र-भागवत কৃষ্ণই ত্ৰিভঙ্গ মূৰ্তি ধৰি বংশীধ্বনি কৰিছে। দুজনী গোপী জ্বঘ্য মীনি জৰ ৰ। ৰী গীদিয়া জাহাজী বীনী নদ কৃষ্ণৰ দুয়ো কাষত থিয় দি আছে। তাৰ পাছত কৃষ্ণ বহি ভী। ভদন্ধ ভ্ৰাতৃ স্থান ৰূৰ সীমিশ্ৰাব্দী সৰীয় বজাৰ ঘৰ গোপীসকলক প্ৰবোধ দি ঘৰলৈ যাবলৈ কলে। গোপীবিলাকো জন জা। সীমিয়াঁ মী ভানু দলৰ ঘৰ লীয় মন্ত্ৰী স্বীৰ ঘৰ উদাস মনে ঘৰলৈ উভতি গল আৰু ঘৰত গৈ কোনো গোপী নাকত আৰূ স্বীং মীবী নাৰূবৰ দায় মন্তব্দৰ, জী নাৰী স্থানীৰ স্থায় হাত দি, কোনো গোপী বা বুকত হাত বান্ধি মনে মনে কৃষ্ণক স্নাঘৰ মন জ্বী মন হাল্কা খান হৃল লমী। ধ্যান কৰিবলৈ ধৰিলে। অম্বিকাদেৱী। গোপগণে শঙ্কৰ সহিতে অম্বিকাদেৱী পূক্তিছা। সুদৰ্শন বিদ্যাধৰৰ শাপমুক্তি –ইয়াৰ পাচত এদিন নন্দ মূল নিয়ম্বন্ধী মনি : যতিন লহু স্মৃতি আদি গোপবিলাকে মহাদেৱৰ সৈতে দেৱী অম্বিকাব পূজা নামায নড়াইল ৰায় ৰী অন্ধিাব্দী দুলা জ্বৰ বৰু ই। পাতিছে। অষ্টভূজা দেৱীৰ মূৰ্তি কৰি দেৱীৰ ওচৰতে ত্ৰিশূল অচলা নীহ্মী মুনি কান্ধৰ নীৰ্জ আম নিমুল স্বীৰ আৰু ডমৰু হাতত লৈ থকা মহাদেৱৰৰ মূৰ্তি কৰিছে। বিবিধ দাম লিস্ ভূহ মাষী মী মুনি অনা। বিনিৰ নৰ, , নৈবেদ্য, ধূপ, দীপ, গন্ধ, পুষ্প দি আঠকাঢ়ি হাতযোৰ কৰি নন্দ, নীল, যাঘ, ভুষি দূতন ৰূৰ, ছায় তীব্দৰ লন্দু, স্বা, বলাই