পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत IL 6B দেৱনাৰী। দেৱতাগণ। সিদ্ধ। সকলে আকাশত বহি বীণা বজাই গান গাইছে। দেৱতাবিলাকে মা ৰঞ্জী। মাস দুছি জৰ পুষ্পবৃষ্টি কৰিছে; আৰু সিদ্ধবিলাকে হাত দাঙি নৃত্য কৰিছে। ভাঙ্গৰ নৃ ৰূৰ ৰক্ক। স্মাৰ নিৱম দাৰ্থ LMT উইক গোপী কৃষ্ণক পুষ্প পিন্ধাইছা। শ্ৰীকৃষ্ণই এইদৰে জল-ক্ৰীড়া শেষ কৰি যমুনাৰ পুলিনত বহিল। অন্য দুধ নৰন্থ অঙ্গীভা নমাম কাৰ, অমূল্য ৪লিম সেই সময়ত কোনো গোপীয়ে কৃষ্ণক বিচনীৰে বিচিছে। কোনোৱে স্বা। ভন দময় জীঃ সী জান্ধী ৱাৰ দৰা ৰূৰ ৰী। বা কৃষ্ণৰ হাতত অলঙ্কাৰ পিন্ধাইছে। কোনোৱে বা চেঁৱৰ ৰূৗধু স্কু ঘাঙ্গ দাসৰ জৰ অনা বন্দী ৪। স্বী বঁৰৰ ঢুলাইছে; আৰু কোনোৱে বা সুগন্ধি ফুলৰ মালা গাঁঠি কৃষ্ণৰ মূৰত ভুলা দী দ ঋীৰ ৰূী ৰূধ দলব্ধী মালা গ্ৰ ৰূৰ ঘড়ি দিব ধৰিছে। বৰী।