পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৬১ ) चित्र-भागवत | দৈৱকীনন্দন শ্ৰীকৃষ্ণই এইদৰে গোপীবিলাকৰ সৈতে স্থলক্ৰীড়। নব্দীন স্বীজন দুৰ নৰ নীসিয়া দায় ল জীভ শেষ কৰি জল-ক্ৰীড়া আৰম্ভ কৰিলে। কোনো গোপী নাম ৰূৰ জলন্ধী। মক:ন্ধী। জীব মীৰী হৃদ্য আৰ ননী। কৃষ্ণৰ ওচৰত সাঁতোৰ মেলিছে। কোনো গোপীক বা পানীত হেঁচা জনী ৰূথ নন। জনী জমী ছাপ্পান্ধী স্মলনিন অন্ধ নুনু ৰে নাৰি ধৰিছে। কেতিয়াবা কৃষ্ণই সাঁতোৰ মেলিছে। কেতিয়াবা ৰানী ভলীৰ ৰক্ত। কেতিয়াবা হাত ভাঁজলি কৰি গোপীসকলৰ সৈতে পানী সি চাসি চি কৰিছে। 149 966 কৃষ্ণে জল-ক্ৰীড়া কৰিছন্ত। ভগবান কৃষ্ণই যমুনাত নামি এইদৰে জল-ক্ৰীড়া কৰিছে। মান দ্য আনাম জলঙ্গীভা জৰ ৰঃ। কিনী নাৰী তেওঁ কোনো কোনো গোপীৰ গাত পানী চতিয়াইছে। কাৰৰ বা মন ঘৰ এনী ছিহ্মন ই, জিনী দ্বা ল জন। হাতে গলে আকোৱালি ধৰিছে। গোপীবিলাকৰ কোনোৱে বা নীঘি জীৱ জন্ধী ৰূমৰব্দী এক্ষ বঙ্গী; না জী কৃষ্ণৰ কঁকালত ধবিছে, কোনোৱে বা হাতত ধৰিছে আৰু দায় অন্ধ ৰদী ই স্বীৰ জীঃ অঁললিৰ আনী ছিন্তু বঙ্গী। কোনোৱে বা আঁজলি কৰি পানী চতিয়াই দিছে। ইফালে দেৱনাৰী বৰ নাৰিয়াঁ আমালৰ অৱকাৰ নীতা মুলাৰ মালা